29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    চুলাই সেৱন কৰিবলৈ গৈ যুৱতীক ধৰ্ষণ কৰা যুৱকক ৰাইজে দিলে উত্তম-মাধ্যম; ভাইৰেল ভিডিঅ’

    হোজাইত চুলাই সেৱন কৰিব গৈ সংঘটিত কৰিলে এক জঘন্য কাণ্ড। এগৰাকী যুৱতীক ঘৰত কোনো নথকাৰ সুযোগ লৈ কৰিলে ধর্ষন।

    ধর্ষনকাণ্ড সংঘটিত কৰা পাষণ্ড দীপাংকৰ মালাকাৰক ৰাইজে হাতে লুতে ধৰি সোধালে উত্তম মাধ্যম। বৃহস্পতিবাৰে এই ঘটনা সংঘটিত হৈছে হোজাই আৰক্ষী থানাৰ অন্তৰ্গত হায়ং গাঁৱত।

    উল্লেখ্য যে, নৈশ কার্ফিউ ভংগ কৰি যমুনামুখ চিকামাৰী গাঁৱৰ লম্পট দীপাংকৰ মালাকাৰে হায়ং গাঁৱৰ জনজাতীয় লোকৰ এঘৰত প্রৱেশ কৰে চুলাই সেৱন কৰিবলৈ। কিন্তু পৰিয়ালটো আন কোনো লোক নথকাৰ সুযোগ গ্ৰহন এগৰাকী যুৱতীক লম্পট দিপাংকৰ মালাকাৰে ধর্ষন চলায়।

    পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে লম্পট দীপাংকৰক হাতে লুটে ধৰি উত্তম মাধ্যম সোধাই পৰিয়ালক চমজাই দিয়ে। সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ভিডিঅ’। এই ঘটনাই প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

    Input: Sohidul alom

    আৰু পঢ়ক : জঘন্য! কণমানি নাতিনীয়েকক শাৰীৰিক নিৰ্যাতন চলালে ৬৬ বছৰীয়া বৃদ্ধই…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং