স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰি নিলম্বন হ’ল হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত

0
395

স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰি নিলম্বন হ’ল হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্ত

হঠাৎ মুখ্যমন্ত্রীৰ কঠোৰ নিৰ্দেশ একেলগে নিলম্বন হোজাইৰ উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তক|

জানিব পৰা মতে এজন স্কুটী আৰোহীয়ে লংকা-নগাঁও সংযোগী চাৰিলেনযুক্ত পথেৰে বিপৰীত দিশেৰে আহি থকা প্ৰত্যক্ষ কৰে উপায়ুক্ত অনুপম চৌধুৰী আৰু অতিৰিক্ত উপায়ুক্ত ৰক্তিম বৰুৱাই |

তাৰ পিছতে তেওঁলোক দুজনে স্কুটী আৰোহী জনক খেদি খেদি প্ৰহাৰ কৰে |

এই সমগ্ৰ ঘটনা বন্দি হৈছিল চিচিটিভিৰ কেমেৰাত | সেই ঘটনাৰ পিছতেই উপায়ুক্ত আৰু অতিৰিক্ত উপায়ুক্তই স্থানীয় ৰাইজক দুৰ্ব্যবহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল |

আৰু এই অভিযোগৰ পিছতেই মুখ্যমন্ত্ৰীয়ে দুয়োজনকে নিলম্বৰ নিৰ্দেশ দিয়ে|

লংকাৰ ৭ নম্বৰ ৱাৰ্ডৰ শিলবস্তিত এই ঘটনাটো সংঘটিত হৈছে |