28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ক’ভিড পৰিস্থিতিৰ ওপৰত উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক…

    উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক সকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰিলে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

    গভীৰ নিশাও সংকটজনক ক’ভিড ৰোগীসকলক যাতে উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱা সুনিশ্চিত কৰিব পাৰি তাৰ স্বাৰ্থত নিয়মীয়াকৈ জিলা চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

    প্ৰতিখন জিলাতে একোগৰাকী অতিৰিক্ত উপায়ুক্তক টীকাকৰণ কেন্দ্ৰসমূহৰ দায়িত্ব ন্যস্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

    মহামাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত কণ্টেইনমেণ্ট জ’নসমূহত জাৰি কৰা বাধা-নিষেধসমূহ কটকটীয়া কৰি তুলিবলৈ আৰক্ষী অধীক্ষক সকলক মুখ্যমন্ত্ৰী ডঃ শৰ্মাৰ নিৰ্দেশ।

    এই সংকটৰ সময়ত জনসাধাৰণলৈ মানৱীয় দৃষ্টিভংগীৰে সৰ্বোৎকৃষ্ট সেৱা আগবঢ়োৱাৰ ওপৰত মুখ্যমন্ত্ৰীৰ গুৰুত্ব আৰোপ।

    আৰু পঢ়ক : শিক্ষা গ্ৰহণৰ বাবে অহা আফ্ৰিকা মহাদেশৰ যুৱতীয়ে শিৱসাগৰত জন্ম দিলে সন্তান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং