দূৰন্ত গতিৰে ট্ৰেকট স্বৰ্ণযাত্ৰা অব্যাহত ৰাখিছে ধিং এক্সপ্ৰেছ হিমা দাসে। সুন্দৰ প্ৰদৰ্শনেৰে হিমাৰ ষষ্ঠটো স্বৰ্ণজয়। চেক গণৰাজ্যত অনুষ্ঠিত এথলেটিকি মিটিংক ৰেইটাৰ ২০১৯ত ৩০০ মিটাৰ ইভেণ্টত স্ৱৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।
চেক গণৰাজ্যত অনুষ্ঠিত এথলেটিকি মিটিংক ৰেইটাৰ ২০১৯ত ষষ্ঠটো স্ৱৰ্ণ জয়।
দূৰন্ত গতিৰে ট্ৰেকট স্বৰ্ণযাত্ৰা অব্যাহত ৰাখিছে ধিং এক্সপ্ৰেছ হিমা দাসে। সুন্দৰ প্ৰদৰ্শনেৰে হিমাৰ ষষ্ঠটো স্বৰ্ণজয়। চেক গণৰাজ্যত অনুষ্ঠিত এথলেটিকি মিটিংক ৰেইটাৰ ২০১৯ত ৩০০ মিটাৰ ইভেণ্টত স্ৱৰ্ণ পদক লাভ কৰিবলৈ সক্ষম হয়।
Published:
First published