অব্যাহত থাকিব নে হিজাব নিষেধাজ্ঞাৰ নিৰ্দেশ? অপেক্ষা উচ্চতম ন্যায়ালয়ৰ ৰায়লৈ

0
56

হিজাব নিষেধাজ্ঞা সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায়

বৃহস্পতিবাৰে উচ্চতম ন্যায়ালত আৰম্ভ হল কৰ্ণাটৰ শিক্ষানুষ্ঠানসমূহত হিজাব নিষিদ্ধ কৰাৰ শুনানি। বিষয়টোৰ যুক্তি প্ৰায় ১০ দিন ধৰি চলিছিল য’ত আবেদনকাৰীৰ পক্ষত ২১ জন অধিবক্তায়ে প্ৰতিবাদীসকলৰ হৈ যুক্তি আগবঢ়ায়।

উল্লেখযোগ্য যে বিচাৰপীঠৰ শুনানিৰ সময়তেই দেখা গ’ল ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু ন্যায়াধীশ হেমন্ত গুপ্তাৰ মতানক্য।

হিজাব সন্দৰ্ভত, ন্যায়াধীশ ধুলীয়াই দিয়া মন্তব্য অনুসৰি, হিজাব হৈছে এগৰাকী ব্যক্তিৰ সম্পূ্ৰ্ণ ব্যক্তিগত সিদ্ধান্ত। সেই সিদ্ধান্তৰ বাবে স্তব্ধ হ’ব নেলাগে এগৰাকী শিশুৰ শিক্ষা।

ইফালে আকৌ কৰ্ণাটকৰ ন্যায়ালয়ে,কৰ্ণাটক চৰকাৰৰ শিক্ষানুষ্ঠানসমূহত ইউনিফৰ্ম বাধ্যতামূলক কৰাৰ সিদ্ধান্তক সমৰ্থন কৰাৰ বিপৰিতে ন্যায়ালয়ে বিভিন্ন আবেদনৰ শুনানি গ্ৰহণ কৰি আছিল।

উল্লেখ্য যে, শুনানিত অহা মতানক্যৰ বাবে বৰ্তমান বাহাল থাকিব শিক্ষানুষ্ঠানত হিজাবৰ নিষিদ্ধকৰণ