22 C
Guwahati
Friday, December 3, 2021
More

    ১০০ বছৰ জীয়াই থাকিব বিচাৰে নেকি! তেন্তে গ্ৰহণ কৰক এই সমূহ খাদ্য,পৰিত্ৰাণ পাব বহু বেমাৰৰ পৰা

    ১০০ বছৰ জীয়াই থাকিব বিচাৰে নেকি! তেন্তে গ্ৰহণ কৰক এই সমূহ খাদ্য,পৰিত্ৰাণ পাব বহু বেমাৰৰ পৰা

    আজি কালি বজাৰত পোৱা ভেজাল খাদ্যৰ বাবে মানুহে বহু সমস্যাত ভুগিবলগীয়া হয়।কিন্তু আপুনি যদি পুষ্টিকৰ খাদ্য খাই তেন্তে ১০০ বছৰ পৰ্যন্তও জীৱাই থাকিব পাৰে।কিছুমান খাদ্যই বহু বেমাৰৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে। তলত সৱিশেষ দিয়া হ’ল

    ১) মৌ: হেল্থ এণ্ড নিউট্ৰিচনৰ বিশেষজ্ঞৰ মতে কেঁচা মৌ খালে কেন্সাৰ আৰু হৃদজনিত বহু বেমাৰৰ বিপদৰ পৰা কিছু পৰিমাণে ৰক্ষা কৰে।তদুপৰি লিভাৰ, স্তন কেন্সাৰ আদিৰ ক্ষেত্ৰটো মৌৰ উপকাৰিতা বহুত।

    ২) ছাগলীৰ গাখীৰৰ দ্বাৰা তৈয়াৰ হোৱা কৈফীৰ:ছাগলীৰ গাখীৰৰ দ্বাৰা এইবিধ সামগ্ৰী মানুহৰ স্বাস্থ্যৰ বাবে বহু উপকাৰী।ই মানুহক শক্তিশালী কৰে টিউমাৰ আদি ৰোগৰ পৰা পৰিত্ৰাণ পোৱাত সহায় কৰে।ইয়ে ব্ৰেষ্ট কেন্সাৰ হোৱাৰ ৫৬ শতাংশ আশংকা কম কৰে।

    ৩) ডালিম: ডালিমৰ বহু উপকাৰিতা আছে।ইয়ে মাংসপেশী সমূহক দুৰ্বল হব নিদিয়ে।ইয়ৰোপৰি আৰু ইয়াৰ উপকাৰিতা অধিক।

    ৪)কেঁচা কল: কেঁচা কল খোৱাৰ ফলত দেহত বহু ভিটামিন পোৱা যায়।ইয়াৰোপিৰি কেঁতা কল খোৱাৰ ফলত বৃক্কৰ কেন্সাৰ হোৱাৰ আশংকা ৫০ শতাংশ কম থাকে।

    ৫)সেউজীয়া পাঁচলি: সেউজীয়া শাক-পাচলি খোৱা স্বাস্থ্যৰ বাবে অত্যন্ত জৰুৰী।সেউজীয়া শাক-পাচলি খোৱাৰ ফলত মানুহে বহু বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰে।

    ৬)অত্যাধিক পানী আৰু মাংস কম খোৱা: মানুহে পানী বেছিকৈ খাব লাগে আৰু মাছ-মাংস কিছু কমাই খাব লাগে।

    আৰু পঢ়ক : টিউচনলৈ বুলি ওলাই যোৱা ছাত্ৰীৰ নগ্ন অৱস্থাত মৃতদেহ উদ্ধাৰ, অতি ক্ৰুৰ ভাৱে দলবদ্ধ ধৰ্ষণৰ সন্দেহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং