21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    মিঠা আলু শৰীৰৰ বাবে কিয় উপকাৰী জানো আহক

    মিঠা আলু আমাৰ সকলোৰে পৰিচিত খাদ্য।
    এই আলুবিধ খাবলৈ মিঠা হয় বাবেই ইয়াক মিঠা আলু বুলি কয়।
    সাধাৰণতে মিঠাআলু সিজাই অথবা পুৰি খোৱা হয়।

    মিঠা আলু শৰীৰৰ বাবে কিয় উপকাৰী জানো আহক

    মিঠা আলুৰ উপকাৰিতাসমূহ-

    মিঠা আলুৱে কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।
    মস্তিস্কৰ বিকাশৰ বাবে উপকাৰী মিঠা আলু।
    মিঠা আলুৱে শৰীৰত ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা বৃদ্ধি কৰে।
    মিঠা আলুৱে শৰীৰত ভিটামিন এ ৰ মাত্ৰা বৃদ্ধি কৰে।
    মধুমেহ ৰোগৰ বাবে মিঠা আলু।
    মিঠা আলুৱে শৰীৰৰ অৱসাদ দূৰ কৰে।
    মিঠা আলুচাল আৰু চুলিৰ বাবে যথেষ্ট উপকাৰী।
    মিঠা আলুৱে হজম শক্তি বৃদ্ধি কৰে।
    মিঠা আলুৱে ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।
    মিঠা আলুৱে মহিলাৰ সন্তান জন্ম দিব পৰা ক্ষমতা বৃদ্ধি কৰে।
    মিঠা আলুৱে দৃষ্টি শক্তি বৃদ্ধি কৰে।
    মিঠ আলুৱে শৰীৰৰ ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
    মিঠা আলুৱে স্মৃতিশক্তি বঢ়ায়।

    আৰু পঢ়ক : গ্ৰেপ্তাৰ হ’ব পাৰে ট্ৰাম্পঃ ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে ইৰাণৰ গ্ৰেপ্তাৰী পৰোৱানা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    কৰ’ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা

    কৰ'ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা। এদিনত অভিলেখ সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতেই এই সিদ্ধান্ত।