21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কেঁকোৰা অন্তঃসত্বা মহিলাৰ কাৰণে উপকাৰীঃ কেঁকোৰা শৰীৰৰ বাবে কিয় উপকাৰী?

    কেঁকোৰা অন্তঃসত্বা মহিলাৰ কাৰণে উপকাৰীঃ কেঁকোৰা শৰীৰৰ বাবে কিয় উপকাৰী?

    কেঁকোৰা আমাৰ সকলোৰে এক পৰিচিত খাদ্য।
    সাধাৰণতে গাওঁ অঞ্চলত কেঁকোৰাৰ ব্যৱহাৰ বেছিকৈ দেখা যায়।
    কেঁকোৰাত প্ৰচুৰ পৰিমানে প্ৰ’টিন থাকে।
    কেঁকোৰা পুৰি, ছাটনি কৰি আঞ্জা বনাইও খায়।

    কেঁকোৰা স্বাস্থ্যৰ বাবে বহুতো উপকাৰীঃ

    কেঁকোৰা হাঁড়ৰ বাবে যথেষ্ট উপকাৰী।
    মানসিক স্বাস্থ্যৰ বাবে কেঁকোৰা উপকাৰী
    কেঁকোৰা হৃদৰোগৰ বাবে উত্তম।
    কেঁকোৰাই ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা বৃদ্ধি কৰে।
    তেজ চলাচলত সহায়ক কেঁকোৰা।
    কেঁকোৰাই শৰীৰৰ অপ্ৰয়োজনীয় কলেষ্টৰেল কমায়।
    কেঁকোৰাই দৃষ্টিশক্তি বৃদ্ধি কৰে।
    কেঁকোৰাই মনোযোগ বৃদ্ধি কৰে।
    কেঁকোৰাই কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।
    কেঁকোৰা অন্তঃসত্বা মহিলাৰ কাৰণে উপকাৰী।

    আৰু পঢ়ক : নিৰৱ ভূমিকাত স্বাস্থ্য বিভাগ, চিকিৎসকৰ হেমাহিৰ বাবে কন্যা সন্তানৰ মৃত্যুৰ অভিযোগ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং