28 C
Guwahati
Thursday, September 16, 2021
More

    বিশেষ চৰ্চা লাভ কৰা এখন ফটো, মূৰৰ পৰা ভৰি লৈকে লেডাৰৰ কাপোৰেৰে ঢকা সৰ্বশৰীৰ

    বিশেষ চৰ্চা লাভ কৰা এখন ফটো, মূৰৰ পৰা ভৰি লৈকে লেডাৰৰ কাপোৰেৰে ঢকা সৰ্বশৰীৰ

    সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এখন ফটো। এগৰাকী মহিলাই মূৰৰ পৰা ভৰিলৈকে পৰিধান কৰিছে লেডাৰৰ কাপোৰৰ।

    পিন্ধা চোলা, লংপেন্ট, হাত মোজা, জোতা আনকি মুখমণ্ডলো ঢাকি ৰাখিছে লেডাৰৰ মুখাৰে। পিছত মুখা খোৱাতহে জানিব পাৰি সেই সাজৰ ভিতৰত কোন।

    কিম কাৰ্ডাচিয়ান, জনপ্ৰিয় তাৰকা। ৪০ বৰ্ষীয় কিম কাৰ্ডাচিয়ানেই তেনেদৰে সম্পূৰ্ণ শৰীৰ লেডাৰৰ কাপোৰেৰে ঢকা অৱস্থাত সাজ পৰিধান কৰে।

    মিট গালাৰ অনুষ্ঠানত অংশ লোৱাৰ উদ্দেশ্যে কিমে নিউয়ৰ্কত তেনেদৰে সাজ পৰিধান কৰি উপস্থিত হয়। কৰ’ণাৰ দিনকাল হোৱাত মুখো লেডাৰেৰে ঢাকি লয়।

    অনুষ্ঠানলৈ যোৱাৰ পূৰ্বে ফটোশ্বুট কৰাই সেই সাজেৰে। কিমে নিজেই ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

    আৰু পঢ়ক : অক্ষয়-ৰজনীকান্তৰ পিছত বেয়াৰ গ্ৰীলৰ সৈতে এইবাৰ আন এক অভিনেতা..

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং