27 C
Guwahati
Sunday, May 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    NPS বাতিল কৰি OPS প্ৰবৰ্তনৰ দাবীত হাটশিঙিমাৰী মহাবিদ্যালয়ত প্ৰবক্তা সকলৰ সৰ্বাত্মক কৰ্ম বিৰতি

    অসম চৰকাৰে নতুন কৈ প্ৰবৰ্তন কৰা নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে হাটশিঙিমাৰী মহাবিদ্যালয়ৰ সন্মুখত প্ৰবক্তা সকলে সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে ।

    পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ চৰকাৰক অনুৰোধ প্ৰবক্তা সকলৰ ।

    নতুন পেঞ্চন নীতিয়ে বিপদত পেলোৱাৰ আশংকা মহাবিদ্যালয়ৰ প্ৰবক্তা সকলৰ ।

    আগৰ পেঞ্চন নীতি বাহাল ৰাখি প্ৰবক্তা সকলক সকাহ দিয়াৰ দাবী জনায় প্ৰবক্তাসকলে ।

    নতুন পেঞ্চন নীতিৰ জৰিয়তে পাবলগীয়া মাননীয়ে প্ৰবক্তাসকলে বিপদত পৰিব বুলি আশংকা প্ৰকাশ কৰে ।

    পুৰণি পেঞ্চন নীতি বাহাল ৰাখি প্ৰবক্তা সকলক নিশ্চয়তা প্ৰদান কৰিবলৈ সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে ।

    হাটশিঙিমাৰী মহাবিদ্যালয়ৰ সন্মুখত প্ৰবক্তা সকলে বিভিন্ন ধৰণৰ শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।

    আৰু পঢ়ক : সমবায়ত বেগে বেগে চাউলৰ চোৰাং ব্যৱসায়ঃ সুলভ মূল্যৰ দোকানী আমজাদ আলীক বহিষ্কাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং