অসম চৰকাৰে নতুন কৈ প্ৰবৰ্তন কৰা নতুন পেঞ্চন নীতিৰ বিৰুদ্ধে হাটশিঙিমাৰী মহাবিদ্যালয়ৰ সন্মুখত প্ৰবক্তা সকলে সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে ।
পুৰণি পেঞ্চন নীতি বাহাল ৰাখিবলৈ চৰকাৰক অনুৰোধ প্ৰবক্তা সকলৰ ।
নতুন পেঞ্চন নীতিয়ে বিপদত পেলোৱাৰ আশংকা মহাবিদ্যালয়ৰ প্ৰবক্তা সকলৰ ।
আগৰ পেঞ্চন নীতি বাহাল ৰাখি প্ৰবক্তা সকলক সকাহ দিয়াৰ দাবী জনায় প্ৰবক্তাসকলে ।
নতুন পেঞ্চন নীতিৰ জৰিয়তে পাবলগীয়া মাননীয়ে প্ৰবক্তাসকলে বিপদত পৰিব বুলি আশংকা প্ৰকাশ কৰে ।
পুৰণি পেঞ্চন নীতি বাহাল ৰাখি প্ৰবক্তা সকলক নিশ্চয়তা প্ৰদান কৰিবলৈ সৰ্বাত্মক কৰ্ম বিৰতি পালন কৰে ।
হাটশিঙিমাৰী মহাবিদ্যালয়ৰ সন্মুখত প্ৰবক্তা সকলে বিভিন্ন ধৰণৰ শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ।
আৰু পঢ়ক : সমবায়ত বেগে বেগে চাউলৰ চোৰাং ব্যৱসায়ঃ সুলভ মূল্যৰ দোকানী আমজাদ আলীক বহিষ্কাৰ