28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    কৰ’ণা নাই? হৰিদ্বাৰত পূৰ্ণিমাৰ স্নান কৰিলে প্ৰায় ৩০ হাজাৰ লোকে

    কৰ’ণা নাই? হৰিদ্বাৰত পূৰ্ণিমাৰ স্নান কৰিলে প্ৰায় ৩০ হাজাৰ লোকে

    কৰণাৰ ভয়াৱহতাৰ বিষয়ে আৰু নতুন কৈ কব নাই ভাৰতবাসী লোকক। মৃত্যুৰ ধ্বংস যজ্ঞ চলাইছে কৰণাৰ দ্বিতীয় ঢৌৱে। পিছে ইয়াৰ মাজতে হৰিদ্বাৰৰ পৰা আহিছে এক বিশেষ খবৰ। কুম্ভমেলাৰ এই সময়ত পূৰ্ণিমাৰ স্নান কৰিলে প্ৰায় ৩০ হাজাৰ লোকে।

    হয়তো ভগৱানৰ ওচৰত কৰণা নাই বুলি ভৱা একাংশ লোকে আজিও কৰণাক গুৰুত্ব সহকাৰে লোৱা নাই। যাৰ বাবে উত্তৰ প্ৰদেশত বহু লোক কৰণাত আক্ৰান্ত হোৱাৰ লগতে নিতৌ বহু বহু লোকৰ মৃত্যু হোৱাৰ পাছতো কুম্ভমেলা বুলি পূৰ্ণিমাৰ স্নান কৰিবলৈ উপস্থিত হয় ৩০ হাজাৰ লোক।

    পুৱা ৯.৩০ বজাৰ পৰা দুপৰীয়া ৩ বজালৈ চলা এই স্নান পৰ্বত ৩০ হাজাৰ লোকে স্নান কৰে। স্নান কৰা সকলৰ ভিতৰত অধিকাংশই স্থানীয় লোক বুলি আৰক্ষীৰ পৰা জানিব পৰা গৈছে। অৱশ্যে কেৱল এটা ঘাটতে এই বৃহৎ সংখ্যক লোকে স্নান নকৰে, মুঠ ১৩ টা কৈ ঘাটত স্নান কৰে ভক্তই।

    আৰু পঢ়ক : সাৱধান! কভিডৰ মৃত্যুৰ কিৰিলি, ভূতনাথ-উলুবাৰীত নিতৌ ৬-৭ জনকৈ লোকক কৰা হৈছে দাহন

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং