শৃংখল চলিহাক লৈ ভয় খাইছে বিজেপি চৰকাৰেঃ হৰকুমাৰ গগৈ

শৃংখল চলিহাৰ বিৰুদ্ধে একাধিক মনেসজা ধাৰা লগোৱাক লৈ বীৰ লাচিত সেনাৰ তীব্ৰ ক্ষোভপ্ৰকাশ

0
163

শৃংখল চলিহাক লৈ ভয় খাইছে বিজেপি চৰকাৰে। চলিহাক গুৱাহাটী কাৰাগাৰত ৰখাৰ সাহস নাই চৰকাৰৰ সেইবাবে বৰপেটা কাৰাগাৰলৈ প্ৰেৰণ কৰিছে। এই মন্তব্য বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ সহ সচিব হৰকুমাৰ গগৈৰ। মৃণাল শইকীয়াহতৰ দৰে চোৰৰ হাতলৈ গৈছে ৰাজপাট, এনে চোৰৰ পৰা অসমৰ ৰাইজে কি আশা কৰিব পাৰে এই অভিযোগ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ সহ সচিবগৰাকীৰ।

শৃংখল চলিহাৰ বিৰুদ্ধে একাধিক মনেসজা ধাৰা লগোৱাক লৈ বীৰ লাচিত সেনাৰ তীব্ৰ ক্ষোভপ্ৰকাশ। ২১ৰ নিৰ্বাচনত বিজেপিয়ে ইয়াৰ প্ৰত্যুত্তৰ পাব বুলিও মন্তব্য কৰিলে হৰকুমাৰ গগৈয়ে।

Photo: Time8