28 C
Guwahati
Thursday, September 16, 2021
More

    গৰম! ৰদৰ তাপত বাহিৰলৈ ওলাব নোৱাৰা অৱস্থা, ইয়াৰ মাজতে ভাল খবৰ…

    উৎকট গৰমত দহিছে ৰাজ্য। গৰমৰ প্ৰকোপত বাহিৰলৈ প্ৰায় ওলাব নোৱাৰা অৱস্থা হৈছে। বিগত কেইদিনমানৰ পৰা নাই বৰষুণ।

    বিগত প্ৰায় ১০ দিন মান ধৰি প্ৰখৰ ৰদৰ ফলত সমস্যাত ভুগিব লগীয়া হৈছে ৰাজ্যবাসী। তাৰ মাজতে আহিছে ভাল খবৰ। প্ৰখৰ ৰদ,উৎকট গৰমৰ পৰা অলপ পৰিত্ৰাণ পাব পাৰে ৰাজ্যবাসীয়ে।

    বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে যে আজিৰে পৰা অলপ বৰষুণ হ’ব পাৰে। আকাশ ডাৱৰীয়া হৈ থাকিব। মাজে মাজে বৰষুণ হোৱাৰ সম্ভাৱণা আছে।

    আৰু পঢ়ক : ৪১ টা বছৰে জংঘলত থকা প্ৰকৃত টাৰ্জানৰ সভ্য সমাজলৈ অহাৰ ৮ বছৰৰ ভিতৰতে মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং