28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অবিশ্বাস্য, চিকিৎসকো হতভম্ব, অপ্ৰাকৃতিক ভাৱে গৰ্ভৱতী হৈ কিশোৰীয়ে জন্ম দিলে সন্তান

    অবিশ্বাস্য, চিকিৎসকো হতভম্ব, অপ্ৰাকৃতিক ভাৱে গৰ্ভৱতী হৈ কিশোৰীয়ে জন্ম দিলে সন্তান – চিকিৎসা বিজ্ঞানক আচৰিত কৰি তোলা এক খবৰ, যি দৃশ্য দেখি চিকিৎসকেও হতভম্ব হৈ পৰিছে। এগৰাকী ১৫ বছৰীয়া কিশোৰী যাৰ পূৰ্বে মাহেকীয়া ঋতুস্ৰাৱ হোৱা নাই, লগতে কোনো ধৰণৰ শাৰিৰীক সমন্ধ।

    তাৰো পৰি আচৰিত কথা কিশোৰী গৰাকীৰ নাছিল কোনো যোনী, যাক চিকিৎসা বিজ্ঞানত কোৱা হয় ব্লাইণ্ড ভেজাইনা। অৰ্থাৎ কোনোদিনে ঋতুস্ৰাৱ নহয়, লগতে কোনোদিনে গৰ্ভৱতীয়ো হব নোৱাৰে।

    কিন্তু সকলোকে আচৰিত কৰি কিশোৰী গৰাকীয়ে অস্ত্ৰোপচাৰৰ জৰিয়তে জন্ম দিয়ে এটি সুস্থ সন্তান।

    ঘটনা সন্দৰ্ভত জানিব পৰা মতে, লণ্ডন নিবাসী কিশোৰী গৰাকীয়ে অৰেল চেক্সৰ জৰিয়তে এনে অসম্ভৱক সম্ভৱ কৰি তুলিছে। তাকো এক দুৰ্ঘটনাত পেটট অতিকে গুৰুতৰ চুৰিৰে কৰা আঘাটৰ পিছতো।

    চিকিৎসকে পৰীক্ষা কৰা অনুসৰি, সেই দুৰ্ঘটনাটোতেই পেটৰ ৰাস্তাৰেই গৈ প্ৰজনন অংগত প্ৰৱেশ কৰে। যি সাধাৰণ অৱস্থাত একেবাৰে অসম্ভৱ। কিশোৰীগৰাকীৰ ক্ষেত্ৰত দুৰ্ঘটনাটোৰ বাবেই ই সম্ভৱ হৈ উঠে। যি ঘটনা পৃথিৱীৰ ভিতৰতে এইয়ে প্ৰথম আছিল।

    আৰু পঢ়ক : ১৩ মে’ৰ পৰা ১৫দিনৰ বাবে বন্ধ মা কামাখ্যাৰ প্ৰৱেশ দ্বাৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং