28.3 C
Guwahati
Thursday, October 14, 2021
More

    ‘স্পাইডাৰমেন শিশু’, দেশৰ এইগৰাকী কনমানিৰ ভিডিঅ’ দেখি সকলোৱে একেমুখে কৈছে এষাৰেই কথা

    ‘স্পাইডাৰমেন শিশু’, দেশৰ এইগৰাকী কনমানিৰ ভিডিঅ’ দেখি সকলোৱে একেমুখে কৈছে এষাৰেই কথা

    বৰ্তমানৰ স্মাৰ্ট ফোনৰ দিনত বহু লোকেই নিজৰ নিজৰ অদ্ভুত কাৰনামা স্মাৰ্ট ফোনত বন্দী কৰি ৰাখি সামাজিক মাধ্যমত আপলোড কৰি দিয়ে। তাৰেই মাজতে কিছু লোকৰ সেই ভিডিঅ অতিকে ভাইৰেল হৈ পৰে।

    তেনেই এটি শিশুৰ ভিডিঅ বৰ্তমানে সমগ্ৰ দেশতে অতিকে ভাইৰেল হৈ পৰিছে। যি ভডিঅ দেখি সকলোৱে একেমুখে কৈছে, ‘স্পাইডাৰমেন শিশু’। স্পাইডাৰ মেনৰ দৰে অতি অনায়াসে উঠি যাব পাৰে দেৱাল আদিত।

    ৫৫ ছেকেণ্ডৰ সেই ভাইৰেল ভিডিঅটোত এগৰাকী কনমানি ছোৱালীয়ে কোনো ধৰণৰ সহায় নোলোৱাকৈ বিচনাৰ পৰা চিলিঙলৈ উঠি যায়। আৰু সেই ওখ স্থানতেই আন কৰ্তবো দেখুৱালৈ ধৰে।

    ১৩ ছেপ্টেম্বৰ তাৰিখে ‘স্পাইডাৰমেন কন্যা (Spiderman Daughter)’ নামেৰে সামাজিক মাধ্যমত আপলোড হৈছিল ভিডিঅটো, পিছে সেই ভিডিঅত দেখা কনামানি জনি কোন ঠাইৰ সেই বিষয়ে কোনো তথ্য জানিব পৰা হোৱা নাই।

    আৰু পঢ়ক : বহু দিনৰ অন্তত শিল্পাৰ পোষ্ট, ‘কিছু ভুল সিদ্ধান্ত ল’লো,’ কেৰিয়াৰ সংকটত ৰাখিব নোৱাৰি….

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং