32 C
Guwahati
Thursday, September 16, 2021
More

    নলা পৰিস্কাৰ কৰোতে ওলাল প্ৰকাণ্ড এন্দুৰ! চাওঁক VIDEO

    আচৰিত কিছু ঘটনাই বিভিন্ন সময়ত আমাক চকুৰে দেখা কোনো এটা ঘটনাও বাৰম্বাৰ ভাবিবলৈ বাধ্য কৰে। এখন আলোকচিত্ৰ দেখিলে সেয়া সঁচা হয়নে, বা মিছা নেকি বাৰম্বাৰ ভাবিবলৈ বাধ্য কৰে। তেনেকুৱা এটা ঘটনাই সকলোৱে হতভম্ব কৰি তুলিছে। এইবাৰ কোনো আলোকচিত্ৰ নহয়, এটা এন্দুৰহে সকলোৰে চিন্তাৰ কাৰণ।

    নলা পৰিস্কাৰ কৰি থকাৰ সময়তে এটা বৃহতাকাৰৰ এন্দুৰ হঠাৎ দৃষ্টিগোচৰ হয় কৰ্মত নিয়োজিত হৈ থকা লোকসকলৰ। প্ৰায় ২২ টন জাৱৰ পৰিস্কাৰ কৰাৰ সময়তে দৃষ্টিগোচৰ হয় এন্দুৰটো। প্ৰথমাৱস্থাত সেয়া কোনো জন্তুৰ জকা বুলি অনুমান কৰা হৈছিল।

    গাঁতৰ পৰা উলিয়াই অনাৰ পিছতে বিভিন্ন লোকে শ্বেয়াৰ কৰিছে ভিডিঅ’। মেক্সিকোৰ এই ঘটনাটো প্ৰতিগৰাকী লোকেই সঁচা এন্দুৰ বুলিয়ে বিশ্বাস কৰিছিল। পিছত গম পোৱা যায় আচলতে কোনো লোকে এক ভয়ানক আকাৰ দিয়াৰ বাবে চেষ্টা কৰিহে বিভিন্ন সামগ্ৰীৰে তৈয়াৰ কৰিছিল এন্দুৰটো। চাওঁক সেই ভিডিঅ’টো,

    https://www.facebook.com/watch/?v=258804388625293&extid=jdQR6za0GdTWXzVF

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং