26 C
Guwahati
Thursday, September 16, 2021
More

    অলিম্পিকৰ এটা ভিডিঅ’ই খলকনি লগাইছে সকলোতে, খেলত নমাৰ পূৰ্বে খেলুৱৈক দুই গালে দুটা চৰ বহুৱালে প্ৰশিক্ষকে

    অলিম্পিকৰ খেলৰ পৰা আহিছে এক ভিডিঅ, যি ভিডিঅ বৰ্তমানে সকলোতে জুইৰ দৰে বিয়পি পৰি ভাইৰেল হৈ পৰিছে। নিজৰেই প্ৰশিক্ষকে খেলুৱৈক প্ৰতিযোগিতাত নমাৰ পূৰ্বে চৰিয়ালে।

    খেলত প্ৰতিদ্বন্দিতা কৰিবলৈ যোৱাৰ সময়তে প্ৰশিক্ষকে মহিলা জুডো খেলুৱৈ গৰাকীক চোলাত ধৰু জোকাৰি দুই গালে দুটা চৰ বহুৱাই।

    মহিলা খেলুৱৈ গৰাকী জাৰ্মানীৰ। নাম মাৰ্টিনা ট্ৰেজডোজ (Martyna Trajdos) । যি ভিডিঅ ভাইৰেল হোৱাৰ পিছতে বিবাদৰ সন্মুখীন হৈছে দুয়ো খেলুৱৈ আৰু প্ৰশিক্ষক।

    অলিম্পিকৰ ৩২ ৰাউণ্ডৰ ৬৩ কিলো কেটেগেৰীৰ জাৰ্মানীৰ জুডো খেলুৱৈ মাৰ্টিনা খেলত নমাৰ পূৰ্বে অদ্ভূত ধৰণে ব্যৱহাৰ কৰি প্ৰশিক্ষকে পঠিয়ায়।

    আৰু পঢ়ক : কামৰূপ গ্ৰাম্যত বৃহৎ পৰিমাণৰ নিষিদ্ধ দ্ৰব্যৰ সৈতে ৬ জন লোক আটক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং