23.9 C
Guwahati
Saturday, September 18, 2021
More

    অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হ’ল গাৰো হিলছ অট’নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ নিৰ্বাচন

    • পিছুৱাই দিয়া হৈছে মেঘালয়ৰ গাৰো হিলছ অট’নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ নিৰ্বাচন।
    • ৰাজ্যখনৰ মুখ্যমন্ত্ৰী কণৰাড চাংমাই এই কথা সদৰি কৰিছে।
    • কেতিয়াকৈ নিৰ্বাচন অনুষ্ঠিত হ’ব সেই কথা এতিয়ালৈকে ঘোষণা কৰা হোৱা নাই।
    • কেবিনেট বৈঠকৰ পিছতে এই সিদ্ধান্ত ৰাজহুৱা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
    • উল্লেখ্য যে, বৰ্তমান ৰাজ্যপালৰ শাসনত থাকিব গাৰো হিলছ অটনমাছ ডিষ্ট্ৰিক্ট কাউন্সিল।
    • এই প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰত লিখিছে,

    Cabinet has decided to postpone the elections to the Garo Hills Autonomous District Council (GHADC) to a date to be decided later. Cabinet also decided that the administration of #GHADC will now be taken over by the Hon’ble Governor.

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং