25 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আলিয়াৰ নতুন ছবি গংগুবাই কাঠিয়াবাৰীৰ টিজৰ মুকলি! অভিনয় চাই বিৰোধীয়ে কৰিছে প্ৰশংসা

    আলিয়াৰ নতুন ছবি গংগুবাই কাঠিয়াবাৰীৰ টিজৰ মুকলি! অভিনয় চাই বিৰোধীয়ে কৰিছে প্ৰশংসা

    অনুৰাগীয়ে বহু সময় ধৰি অপেক্ষা কৰি থকা আলিয়া ভাটৰ নতুন ছবি গংগুবাই কাঠিয়াবাৰীৰ টিজাৰ অৱশেষত মুক্তি লাভ কৰে।

    এই ছবিৰ নিৰ্দেশনা কৰিছে সঞ্জয় লীলা বঞ্চালীয়ে। এই ছবি খনৰ টিজৰ বঞ্চালীৰ জন্মদিনৰ দিনা মুক্তি লাভ কৰে।

    এই ছবি খনত আলিয়াক এক ব্যতিক্ৰমী ৰূপত দেখা যায়।ছবি খনৰ টিজাৰেই দৰ্শকৰ মাজত আলোড়নৰ সৃষ্টি কৰিছে।

    নেপটেজিম বিবাদৰ ফলত আলিয়াৰ অভিনীত ছবি ছড়ক ২ ফ্লপ হৈছিল। কিন্তু এই ছবি খনৰ টিজৰ বহুতেই প্ৰশংসা কৰিছে।

    এই ছবিখনৰ কিছুমান সংলাপো যথেষ্ঠ ভাইৰেল হোৱা দেখা যায়।এটা সংলাপত কয় যে কমাঠীপুৰাত কেতিয়াও অমৱশ্যাৰ নিশা নাহে কিয়নো ইয়াত গংগু থাকে।

    উল্লেখ্য যে, ছবিখনৰ টিজৰ ১ মিনিট ৩০ চেকেণ্ডৰ।

    আৰু পঢ়ক : ভাৰতত নিৰ্মাণ হৈ আছে বিশ্বৰ সকলোতকৈ উচ্চ ৰে’লৱে ব্ৰীজ, অতি শীঘ্ৰেই হ’ব মুকলি

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং