দিন-দুপৰতে মহানগৰীৰ মাজমজিয়াত ৪০ লাখ টকা লুট ডকাইতৰ। ফেডাৰেল বেংকৰ সন্মুখতে সংঘটিত হয় এই ঘটনা। ফাঁচী বজাৰৰ ফেডাৰেল বেংকৰ পৰা টকাখিনি ৰিজাৰ্ভ বেংকলৈ লৈ যোৱাৰ সময়তে লৈ যায় টকাখিনি।
দুখন পালছাৰ বাইক লৈ আহিছিল ৪ দুৰ্বৃত্ত। মুঠ ১ কোটি ২০ লাখ টকা ইণ্ডাছটেল বেংকত জমা কৰিব আনিছিল ফেডাৰেল বেংকৰ পৰা তাৰে ৪০ লাখ টকা লৈ যায়।
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভেনখনৰ চালকক। ঘটনাটোক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি।