28 C
Guwahati
Thursday, August 11, 2022
More

    দিন-দুপৰতে ফাঁচীবজাৰত ৪০ লাখ টকা লুট দুৰ্বৃত্তৰ, দৃশ্য বন্দী CCTVত

    ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভেনখনৰ চালকক।

    দিন-দুপৰতে মহানগৰীৰ মাজমজিয়াত ৪০ লাখ টকা লুট ডকাইতৰ। ফেডাৰেল বেংকৰ সন্মুখতে সংঘটিত হয় এই ঘটনা। ফাঁচী বজাৰৰ ফেডাৰেল বেংকৰ পৰা টকাখিনি ৰিজাৰ্ভ বেংকলৈ লৈ যোৱাৰ সময়তে লৈ যায় টকাখিনি।

    ধৃত ভেনখনৰ চালক

    দুখন পালছাৰ বাইক লৈ আহিছিল ৪ দুৰ্বৃত্ত। মুঠ ১ কোটি ২০ লাখ টকা ইণ্ডাছটেল বেংকত জমা কৰিব আনিছিল ফেডাৰেল বেংকৰ পৰা তাৰে ৪০ লাখ টকা লৈ যায়।

    ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভেনখনৰ চালকক। ঘটনাটোক লৈ অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং