34 C
Guwahati
Tuesday, October 12, 2021
More

    মহানগৰীত আটক কৰে ৩ হাইপ্ৰফাইল IPL জুৱাৰী, আজি আদালতত হাজিৰ

    মহানগৰীত আটক কৰে ৩ হাইপ্ৰফাইল IPL জুৱাৰী, আজি আদালতত হাজিৰ

    মহানগৰীৰ বিভিন্ন স্থানত অভিযান চলাই ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে তিনি হাই প্ৰফাইল IPL জুৱাৰী ।

    জুৱাৰীৰ স্বীকাৰোক্তিত দীঘলীয়া তালিকা প্ৰস্তুত কৰিছে ক্ৰাইম ব্ৰাঞ্চে ।

     তালিকাত  আছে বহু হাইপ্ৰফাইল ব্যক্তিৰ নাম।

    শীঘ্ৰে ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰিব তালিকাত থকা প্ৰতিজন ব্যক্তিক।

    আটাইকেইজনৰ পৰা ম’বাইল, বহু আপত্তিজনক নথি পত্ৰ জব্দ কৰিছে ক্ৰাইম ব্ৰাঞ্চে।

     IPL ৰ জুৱাৰি ৰাজেশ জৈন, দ্বীপেশ বজৰীয়া, ৰ’নাক বজৰীয়াক হাজিৰ কৰোৱা হৈছে  CJM আদালতত। ক্ৰাইম ব্ৰাঞ্চে নিজৰ জিম্মাত বিচাৰিব আটাইকেজন জোৱাৰীক।

    আৰু পঢ়ক : টেট পৰীক্ষাৰ নতুন সময়সূচী ঘোষণা, ২৪ অক্টোবৰত অনুষ্ঠিত নহয় টেট

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং