16 C
Guwahati
Wednesday, January 26, 2022
More

    আপোনালোকে ফ্ৰ’জেন খাদ্য খায় নেকি? ডায়বেটিছ ৰোগীয়ে এই খাদ্য বৰ্জন কৰক

    আপোনালোকে ফ্ৰ’জেন খাদ্য খায় নেকি? ডায়বেটিছ ৰোগীয়ে এই খাদ্য বৰ্জন কৰক :-

    সময়ৰ লগে লগে প্ৰতিগৰাকী লোকৰ ব্যস্ততাও বাঢ়ি গৈছে। লগতে প্ৰযুক্তি বিদ্যাও যথেষ্ট উন্নত হৈ গৈছে। বৰ্তমান সময়ত লোকসকলে সদায় বজাৰত যোৱাকৈ সংৰক্ষণ কৰিব পৰা বৰফত দি থোৱা খাদ্য তথা ফ্ৰ’জেন খাদ্য বেছিকৈ খোৱা পৰিলক্ষিত হয়।

    কিন্তু আপুনি জানেনে এই খাদ্যসমূহ আমাৰ বাবে কিমান উপকাৰী! এই খাদ্যসমূহ বৰফত দি থোৱাৰ বাবেহে সতেজ হৈ থাকে লগতে সোৱাদটো পূৰ্বৰ দৰে থাকিবলৈ কেমিকেল সোৱাদ ব্যৱহাৰ কৰে।

    এই খাদ্যৰ পৰা লোক বিভিন্ন বোগত ভুগিব পাৰে।

    ফ্ৰেডেন খাদ্য ডয়বেটিছ ৰোগৰ বাবে যথেষ্ট অপকাৰী।
    ফ্ৰ’জেন ফুডত থকা ছডিয়াম শৰীৰৰ বাবে অপকাৰী।
    এই খাদ্যই ধমনীৰ সমস্যা সৃষ্টি কৰিব পাৰে।
    হৃদৰোগীৰ বাবে সংৰক্ষিত খাদ্য হানিকাৰক।
    এই খাদ্যত চৰ্বীৰ পৰিমান বহুত বেছি।
    ফ্ৰ’জেন মাংসই কৰ্কট ৰোগৰ দৰে মাৰাত্মক ৰোগ সৃষ্টি কৰিব পাৰে।

    আৰু পঢ়ক :  উচ্চতম ন্যায়ালয়ৰ শুনানিৰ দিন ধাৰ্যঃ নিৰ্বাচনৰ পূৰ্বে মুকলি আকাশৰ তললৈ আহিব পাৰে অখিল গগৈ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং