দৈনিক ৰাশিফল- কেনে যাব দিনটো, এই সকল ৰাশিৰ লোকে খাদ্য গ্ৰহন কৰোতে সাৱধান হ’ব…

0
8537

দৈনিক ৰাশিফল- কেনে যাব দিনটো, এই সকল ৰাশিৰ লোকে খাদ্য গ্ৰহন কৰোতে সাৱধান হ’ব…

মেষ : শিক্ষাৰ্থী হওক বা কৰ্মমুখী আজি প্ৰশংসা লাভ কৰিব। দিনৰ আৰম্ভণিতে অধিকাংশ কাম কৰি পেলোৱা ভাল। সন্ধিয়ালৈ স্বাস্থ্যৰ সমস্যা হ’ব পাৰে। শুভ সংখ্যা- ৩, শুভ ৰং- মুগা ।

বৃষ : কৰ্মক্ষেত্ৰত অত্যধিক কামৰ চাপে মানসিক স্বাস্থ্য বিঘ্নিত কৰিব পাৰে। অতীতৰ কোনো গ্লানিয়ে অশান্তি কৰিব পাৰে। খৰচ বৃদ্ধি পাব। শুভ সংখ্যা- ৬, শুভ ৰং- নীলা।

মিথুন :দিনটোৰ আৰম্ভণি ভালেই, অৱশ্যে দ্বিতীয়াৰ্ধত কামৰ চাপ কিছু বৃদ্ধি পাব। সম্পৰ্কত দ্বিতীয় সুযোগ দিয়াৰ বাবে আজিৰ দিনটো ভাল। শুভ সংখ্যা- ৫, শুভ ৰং- বগা ।

কৰ্কট : ভ্ৰমণৰ বাবে আজিৰ দিনটো সুন্দৰ। চিন্তাশীল কোনো কামৰ বাবে আজিৰ দিনটো খুব ভাল। ক্ৰোধ নিয়ন্ত্ৰণত ৰাখক। শুভ সংখ্যা- ৩, শুভ ৰং- সেউজীয়া।

সিংহ : আৰ্থিক আৰু কেৰিয়াৰ দুয়োটা ক্ষেত্ৰতে সম্ভাৱনা বৃদ্ধি পাব। শিক্ষাৰ্থী সকলৰ কিছু সমস্যা দেখা যায়। যাত্ৰা কৰাৰ পৰা বিৰত থাকক। শুভ সংখ্যা-২ , শুভ ৰং- সেউজীয়া।

কন্যা : আৰ্থিক ক্ষতিৰ বাবে মানসিক যন্ত্ৰণাৰ সৃষ্টি হ’ব পাৰে। শাৰীৰিক সমস্যা। সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ ভাবক। শুভ সংখ্যা- ৮, শুভ ৰং- হালধীয়া।

তুলা : আজি বাস্তৱ আৰু আবেগৰ মাজত দ্বন্দ্ব সৃষ্টি হ’ব পাৰে। কৰ্মদক্ষতা বাঢ়িব। আৰ্থিক দিশতো ভাল। দূৰ যাত্ৰাৰ সম্ভাৱনা। শুভ সংখ্যা-১ , শুভ ৰং- গোলপীয়া।

বৃশ্চিক : কথাত সংযত হওক, সম্পৰ্কত ভুল বুজাবুজি বা মনোমালিন্যৰ সম্ভাৱনা। ব্যৱসায়ত লাভৰ যোগ, চাকৰিয়াল সকলৰো দিনটো ভাল। শুভ সংখ্যা- ৭, শুভ ৰং- ৰঙা।

ধনু : কৰ্মক্ষেত্ৰত গোপন ষড়যন্ত্ৰৰ সম্ভাৱনা। কামৰ চাপ বাঢ়িব পাৰে। অৰ্থ ক্ষয় দেখা যায়। খাদ্য গ্ৰহণ কৰোতে সাৱধান শুভ সংখ্যা- ৪, শুভ ৰং- সুমথিৰা।

মকৰ : মানসিক শান্তি বিঘ্নিত হ’ব পাৰে। কৰ্মক্ষেত্ৰত আজি মনোযোগ বৰ্তি থাকিব। স্বাস্থ্য ক্ষেত্ৰত যতনৰ প্ৰয়োজন। শুভ সংখ্যা- ২, শুভ ৰং- মেৰুণ।

কুম্ভ : মানসিক চাপ বাঢ়িব পাৰে। ব্যক্তিগত সম্পৰ্কৰ ক্ষেত্ৰতো কিছু সমস্যা অনুভৱ কৰিব। আৰ্থিক দিশত আজি ভাল। শুভ সংখ্যা-৭ , শুভ ৰং- বেঙুনীয়া।

মীন : আৰ্থিক ক্ষতিৰ বাবে মানসিক যন্ত্ৰণাৰ সৃষ্টি হ’ব পাৰে। শাৰীৰিক সমস্যা। সিদ্ধান্ত লোৱাৰ পূৰ্বে ভালকৈ ভাবক। শুভ সংখ্যা- ৮, শুভ ৰং- হালধীয়া।