26 C
Guwahati
Tuesday, September 27, 2022
More

    অতি মৰ্মান্তিক ! শুই থাকোতেই কামুৰিলে বিষাক্ত পতংগই , মৃত্যু ৩ ভাই-ভনীৰ

    অতি মৰ্মান্তিক ! শুই থাকোতেই কামুৰিলে বিষাক্ত পতংগই , মৃত্যু ৩ ভাই-ভনীৰ

    উত্তৰ প্ৰদেশৰ বান্দা জিলাত এক শোকাৱহ ঘটনা সংঘটিত হৈছে ।জিলা খনৰ জ্যোতি নগৰত বাসকৰা কমতা ৰাজপুট নামৰ এজন খেতিয়ক আছে।

    সেই কমতা ৰাজপুটৰ তিনি জনি কন্যা আৰু এজন পুত্ৰই দেওবাৰে নিশা ঘৰতে শুই আছিল। সেই সময়তে শুই থকা চাৰিও টা সন্তানকে এটা বিষাক্ত পোকে কামুৰি দিয়ে।

    পোকটোৱে কামুৰাৰ পিছতে চাৰিওটাৰে স্বাস্থ্য অৱনতি ঘটে। লগে লগে তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। কিন্তু চিকিৎসাৰ সময়তে দুজনি কন্যা আৰু এজন পুত্ৰৰ মৃত্যু হয়।

    আৰু এগৰাকীৰ বৰ্তমানেও চিকিৎসালয়ত চিকিৎসাধিন হৈ আছে। আৰক্ষীয়ে দিয়া তথ্য অনুসৰি চাৰিওটা সন্তানে একেখন বিচনাতে শুই আছিলে। সেয়েহে চাৰিওজনকে বিষাক্ত পোকটোৱে কামুৰিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং