দিছপুৰ চিকিৎসালয়ত চিকিৎসাধীন প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন! অৱস্থা সংকটজনক
বৰ্তমানেও সুস্থ অৱস্থাত আছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ড0 ভূমিধৰ বৰ্মন।
দিছপুৰ হস্পিতালত বৰ্তমানেও চিকিৎসাধীন ড0 বৰ্মন ৷
অৱশ্যে তেখেতৰ স্বাস্থ্য অতি সংকটজনক।
দিছপুৰ হস্পিতালৰ চিকিৎসকে জনালে এই কথা।
ইতিমধ্যে তেখেত মৃত্যু হোৱা বুলি উলাইছিল এক উৰাবাতৰি।
২০ দিনৰ পূৰ্বে প্ৰসাৱ জনীত কাৰণত তেখেতক ভৰ্তি কৰা হৈছিল দিছপুৰ হস্পিতালত।
আৰু পঢ়ক : হৃদয় বিদাৰক! কৰ্তব্য সামৰি ঘৰলৈ অহাৰ পথতেই ট্ৰাকৰ খুন্দাত নিহত পলিং বিষয়া দেৱজিৎ চৌধুৰী