28 C
Guwahati
Thursday, September 16, 2021
More

    পুণেত আত্মনিৰ্ভৰ মহিলাক যৌন নিৰ্যাতন খাদ্য যোগান ধৰা যুৱকৰ

    পুণেত আত্মনিৰ্ভৰ মহিলাক যৌন নিৰ্যাতন খাদ্য যোগান ধৰা যুৱকৰ

    ফুড ডেলিভাৰী দিব অহা এজন যুৱকে পুনেত এগৰাকী মহিলাক যৌন নিৰ্যাতন চলোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে।

    ভূক্তভোগী মহিলা গৰাকীয়ে এখন সৰু খাদ্যৰ দোকান চলাইছিল আৰু সেইদিনাও মহিলা গৰাকীয়ে দোকানখন বন্ধ কৰি নিজৰ ঘৰলৈ স্বামী আৰু পুত্ৰৰ সৈতে উভতি আহি আছিল।

    মহিলা গৰাকীয়ে ঘৰলৈ উভতি অহাৰ সময়তে পাছফালৰ পৰা দুচকীয়া বাহনত উঠি অহা এজন যুৱকে মহিলা গৰাকীক অসংযত ৰূপত স্পৰ্শ কৰে।

    যুৱকজনে মহিলা গৰাকীক অসংযত ৰূপত স্পৰ্শ কৰাই নহয় মহিলা গৰাকীৰ উদ্দেশ্যি বেয়া মন্তব্যও কৰে।

    এই ঘটনাৰ পাছতে মহিলা গৰাকীয়ে আৰক্ষী থানালৈ গৈ ঘটনা সন্দৰ্ভত এখন এজাহাৰ দাখিল কৰে।

    মহিলা গৰাকীৰ এজাহাৰৰ ভিত্তিতে পুণে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনা সন্দৰ্ভত তদন্ত চলাই আছে।

    আৰু পঢ়ক : উদীয়মান অভিনেত্ৰীক বলপূৰ্বকভাৱে দেহ ব্যাৱসায়ৰ সৈতে জড়িত কৰোৱাৰ অভিযোগত এজনক আটক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং