29 C
Guwahati
Monday, July 26, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ১৯৩৩ চনত মুক্তি লাভ কৰিছিল বিশ্বৰ প্ৰথমখন যৌনগন্ধী ছবি, য’ত অভিনেত্ৰী গৰাকীক দেখি সকলো আচৰিত হৈছিল

    ১৯৩৩ চনত মুক্তি লাভ কৰিছিল বিশ্বৰ প্ৰথমখন যৌনগন্ধী ছবি, য’ত অভিনেত্ৰী গৰাকীক দেখি সকলো আচৰিত হৈছিল

    আজিৰ দিনত যৌনগন্ধী ছবি মানে একেবাৰে সাধাৰণ কথা। ওলোটাই কোনো ধৰণৰ যৌনতাৰ পয়োভৰ নঘটিলে ছবিখনেই মনোগ্ৰাহী নোহোৱাৰ দৰে। পিছে এনে ধৰণৰ যৌনগন্ধী থকা প্ৰথম খন ছবি কেতিয়া মুক্তি পাইছিল, জানেনে…

    যি সময়ত ছোৱালী সকলে সম্পূৰ্ণ আভৰণ ৰাখি কোনো কোনো ঠাইত আৰ বেৰৰ মাজত হে নাৰীত ৰখা হৈছিল, সেই সময়তে আজিৰ পৰা ৮৮ বছৰ পূৰ্বে ১৯৩৩ চনত মুক্তি পাইছিল বিশ্বৰ ছবিজগতৰ প্ৰথমখন যৌনগন্ধী ছবি।

    যি ছবিৰ অভিনেত্ৰী গৰাকীক মানুহে আচৰিত ধৰণেৰে চাইছিল। মানুহ নহৈ যেন অন্য কোনো গ্ৰহৰ হে প্ৰাণী, যিয়ে এনে আচৰিত কাম কৰিবলৈ সাহস কৰিছিল।

    ছবিখন আছিল ইকিসটেচী (Ecstasy) । ছবি খনৰ নিৰ্মাতা Gustav Machaty, আৰু নিৰ্দেশক আছিল Czech. অভিনেত্ৰী আছিল অষ্ট্ৰেলিয়ান মূলৰ লেডী লমাৰ। ছবিখনত লমাৰৰ চৰিত্ৰৰ নাম আছিল ইবা।

    ছবিখনত দুটা দৃশ্যত দেখুওৱা হৈছিল কিছু যৌনতাৰ দৃশ্য। পিছলৈ লমাৰ অতিকে জনপ্ৰিয় অভিনেত্ৰী হিচাপে পৰিগণিত হৈ পৰিছিল।

    আৰু পঢ়ক : লজ্জাজনক! ১৩ বছৰীয়া কন্যাক বিয়া কৰালে নিজ পিতৃয়ে, ফটো দেখি হতবাক মাতৃ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং