30 C
Guwahati
Tuesday, September 27, 2022
More

    হাতত ভাতৰ থালি লৈ চিঞৰি কান্দিলে কনিষ্টবলে ! জন্তুৱে নোখোৱা খাদ্য দিয়াৰ অভিয়োগ

    হাতত ভাতৰ থালি লৈ চিঞৰি কান্দিলে কনিষ্টবলে ! জন্তুৱে নোখোৱা খাদ্য দিয়াৰ অভিয়োগ

    উত্তৰ প্ৰদেশৰ ফিৰোজাবাদ জিলাৰ পুলিচ লাইনত নিয়োজিত এজন কনিষ্টবল য়ে মেছত নিম্ন মানদণ্ডৰ খাদ্য পৰিৱেশন কৰাৰ অভিযোগ কৰি এখন প্লেট লৈ ধৰ্ণাত বহিছিল ।

    সামাজিক মাধ্যমত এই ভিডঅ’ এতিয়া ভাইৰেল হৈ পৰিছে। দৰাচলতে বুধবাৰে নিশা ফিৰোজাবাদ জিলাৰ পুলিচ লাইনত নিয়োজিত এজন কনিষ্টবলে হাতত খাদ্যৰ প্লেট লৈ ফিৰোজাবাদ জিলাৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত উপস্থিত হৈছিল।

    বাহিৰত উপস্থিত হৈ তেওঁ সেই নিম্নমানৰ খাদ্যৰ বাবে ধৰ্ণা দিছিল। খাদ্যৰ মানদণ্ড সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰি তেওঁ কয়, আমাক যি ধৰণৰ খাদ্য দিছে সেয়া জন্তুৱেও খাৱ নোৱাৰে ।

    এনে ধৰণৰ ৰুটি আমাক দিছে যি খাবৰ বাবে উপযোগী নহয়। আমি পৰ্যাপ্ত পৰিমাণৰ খাদ্য নাপালে ১২ ঘণ্টাৰ কৰ্তব্য কেনেদৰে কৰিম।

    তেওঁ লগতে কয় যে , যেতিয়াই ডিজিপিক এই বিষয়ে অভিযোগ কৰিবলৈ চেষ্টা কৰিছিলো তেতিয়াই পিএছঅ’য়ে বৰ্খাস্ত কৰি ঘৰলৈ পঠাই দিয়াৰ ধমকি দিছিল। সামাজিক মাধ্যমত ভিডিঅ’টো ভাইৰেল হোৱাৰ পিছতে ঘটনাক লৈ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং