26 C
Guwahati
Friday, October 7, 2022
More

    স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত তিনিচুকীয়াত নিশা গুলী চালনাৰ ঘটনা

    স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত তিনিচুকীয়াত নিশা গুলী চালনাৰ ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।

    নিশা বৰগুৰি বাইপাচত এখন XUV বাহনলৈ লক্ষ্য কৰি গুলী চালনা কৰে তিনিচুকীয়া আৰক্ষীয়ে।

    তিনিচুকীয়াৰ বৰগুৰি বাইপাচত নিশা চলি থকা তালাচীৰ সময়ত গাড়ীখন ৰখিবলৈ নিৰ্দেশ দিছিল। কিন্তু আৰক্ষীৰ নিৰ্দেশ অমান্য কৰি গাড়ীখনে পলায়ণ কৰাৰ বাবে গুলীচালনা কৰে আৰক্ষীয়ে।

    নিশা প্ৰায় দুই বজাত সংঘটিত হয় ঘটনাটো। গাড়ীখনৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং