23.9 C
Guwahati
Saturday, September 18, 2021
More

    বনৰক্ষী-চোৰাং চিকাৰীৰ মাজত গুলিয়াগুলি, হাতে সজা বন্দুকেৰেই কেইবজাই গুলি বনৰক্ষীলৈ, এজনক আটক

    বনৰক্ষী-চোৰাং চিকাৰীৰ মাজত গুলিয়াগুলি, হাতে সজা বন্দুকেৰেই কেইবজাই গুলি বনৰক্ষীলৈ, এজনক আটক

    বনৰক্ষী-চোৰাং চিকাৰীৰ মাজত গুলিয়াগুলি, হাতে সজা বন্দুকেৰেই কেইবজাই গুলি বনৰক্ষীলৈ, এজনক আটক। লামডিং সংৰক্ষিত বনাঞ্চলত সংঘটিত হৈছে এই গুলীয়া গুলী ৷

    বনৰক্ষী আৰু চোৰাং চিকাৰীৰ মাজত এই সংঘৰ্ষ ৷ লামডিং বনৰক্ষীৰ নিয়মীয়া তালাচী অভিযানতে এই ঘটনা সংঘটিত হয় ৷

    লামডিং বন বিভাগে এটা ৰাউণ্ড গুলী চালনা কৰাৰ বিপৰীতে চোৰাং চিকাৰীয়ে হাতে সজা বন্দুকৰে বন বিভাগলৈ লক্ষ্য কৰি দুই ৰাওণ্ড গুলী চালনা কৰে ৷

    বন বিভাগে ইতিমধ্যে ৩নং চাৰ্কে বস্তিৰ ৰেকিব আলিক আটক কৰে যদিও অন্য দুজন চোৰাং চিকাৰী বন্দুকসহ পলাই যাবলৈ সক্ষম হয় ৷

    বন বিভাগে ৰেকিবৰ পৰা এটি হাতেসজা বন্দুক এটা, বাৰুদ, গুলী, এখন জালৰ লগতে বনৰীয়া চৰাই উদ্ধাৰ কৰিছে ৷ লামডিং বন সংমণ্ডলৰ বিষয়া ছৈয়দুল আলমৰ নেতৃত্বত এই অভিযান চলাই বন বিভাগে ৷

    Input and Photo- Bappi Malakar

    আৰু পঢ়ক : উইলিয়ামছনক পেভেলিয়ন পঠাবলৈ চনু চুডক সহায়ৰ আহ্বান অনুৰাগীৰ, অভিনেতাজনে দিলে হৃদয় জিনা উত্তৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং