28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আপোনাৰ বেছিকৈ পানী পিয়াহ লাগে নেকি? তেনেহ’লে সাৱধান হওক, হ’ব পাৰে ভয়ংকৰ ৰোগ

    পানীয়েই জীৱৰ প্ৰাণ। সাধাৰণতে বহুত পানী খালে স্বাস্থ্যৰ পক্ষে উপকাৰী বুলি আমি জানো। কিন্তু কিছু লোকৰ সঘনাই পানী পিয়াহ লগা দেখা যায়।

    কিছুমান লোকে খাদ্যত নিমখ বেছি পৰিমানে খোৱা বাবেও পানী পিয়াহলগা দেখা যায়। কিনিতু পানী খোৱাৰ পিছত পিয়াহদূৰ হৈ যায়।

    এগৰাকী মানুহৰ দেহত কিমান পানী লাগে সেইটো মানুহগৰাকী বাস কৰা ঠাই আৰু জলবায়ুৰ ওপৰতো নিৰ্ভৰ কৰে।

    আজি আমি জানো আহক অধিক পৰিমানে পানী পিয়াহ লাগিলে শৰীৰৰ বাবে কিয় ক্ষতিকাৰকঃ

    অধিক পৰিমানে পানী পিয়াহ লাগিলে মধুমেহ ৰোগ অথবা ডায়বেটিছ ৰোগৰ লক্ষণ দেখা দিব পাৰে।

    ডিহাইড্ৰেশ্যনঃ শৰীৰত পানীৰ পৰিমান কমি গ’লে ডিহাইড্ৰেশ্যন হয়। ডিহাইড্ৰেশ্যনে এজন লোকক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। ডিহাইড্ৰেশ্যন হ’লে বমী আৰু ডায়েৰিয়াৰ লক্ষণো হ’ব পাৰে।

    ড্ৰাই মাওথঃ মুখ শুকাই গ’লে শৰীৰত পানীৰ প্ৰয়োজন হয়।

    এনিমিয়াঃ এনিমিয়া হ’লে পানীৰ পিয়াহবেছি লাগিব পাৰে।

    বদহজম হ’লে অধিক মাত্ৰাত পানী পিয়াহলাগে।

    আৰু পঢ়ক : কফিনত গণতন্ত্ৰ! দেশৰ সৰ্বোচ্চ নেতাক আঁতৰাই সেনাই দখল কৰিলে ৰাজসত্তা…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং