27 C
Guwahati
Thursday, August 4, 2022
More

    মহানগৰী ভয়ংকৰ দুৰ্ঘটনা! জাৱৰৰ গাড়ীৰ খুন্দাত নিহত ছাত্ৰ…

    মহানগৰী ভয়ংকৰ দুৰ্ঘটনা! জাৱৰৰ গাড়ীৰ খুন্দাত নিহত ছাত্ৰ…

    মহানগৰীৰ হাতীগাঁৱত এক দুৰ্ঘটনা সংঘটিত হৈছে।উচ্চতৰ মাধ্যমিকৰ ফলাফলৰ মাজতে হাতীগাঁৱত ভয়ংকৰ দুৰ্ঘটনা।

    জাৱৰ কঢ়িওৱা বাহনৰ খুন্দাত নিহত এজন ছাত্ৰ।

    জাৱৰৰ গাড়ী খন গুৱাহাটী পৌৰ নিগমৰ গাড়ী বুলি জানিব পৰা গৈছে।

    হাতীগাঁও লিটল ফ্লাৱাৰ স্কুলৰ সমীপত এই দুৰ্ঘটনাটো সংঘটিত হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং