30 C
Guwahati
Wednesday, September 28, 2022
More

    বিশ্বনাথত ভয়ংকৰ নাওঁঁ দুৰ্ঘটনা ! নিৰুদ্দেশ দুগৰাকী মহিলা

    বিশ্বনাথত ভয়ংকৰ নাওঁঁ দুৰ্ঘটনা ! নিৰুদ্দেশ দুগৰাকী মহিলা

    বিশ্বনাথৰ মুখৰগড়ৰ ঘিলাধাৰী নদীত ভয়ংকৰ নাওঁ দূৰ্ঘটনা সংঘটিত হৈছে ।

    নদী পাৰ হওঁতে ডুবিল এখন নাওঁ৷ দুৰ্ঘটনাটোৰ ফলত ৪ গৰাকী মহিলাক জীৱন্তে উদ্ধাৰ কৰা হয় যদিও দুগৰাকী বৰ্তমানেও নিৰুদ্দেশ হৈ আছে৷

    নিৰুদেশ হৈ থকা দুগৰাকীৰ নাম ক্ৰমে যতি চাহু(২৫) আৰু স্বৰগ মণি কেওঁত।

    জানিব পৰা মতে মহিলা কেইগৰাকীয়ে পথাৰত ধান ৰোবলৈ গৈ আবেলি ঘূৰি অহাৰ সময়তে নাওখন উভতি ডুব যায়।

    উদ্ধাৰ কৰা ৪গৰাকী মহিলাক প্ৰতাপগড় চাহ বাগিছাৰ চিকিৎসালয় ভৰ্ত্তি কৰা হয়।

    উদ্ধাৰ হোৱা মহিলা কেইগৰাকী হ’ল ক্ৰমে জোনাকী প্ৰজা,(২১) দূৰ্গাণি কেওঁট(১৮)নেহা খোদাল(২০) আৰু ৰিছমা কেওঁট(১৮) ।

    Input – Chayanika Deka

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং