23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ক’ভিড ১৯ ত আক্ৰান্ত বলীউডৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মনিষ মলহোট্ৰা, অভিনেতা সুমীত ব্যাস

    ক’ভিড ১৯ ত আক্ৰান্ত বলীউডৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মনিষ মলহোট্ৰা, অভিনেতা সুমীত ব্যাস

    দেশজুৰি ক’ভিড ১৯ ৰ দ্বিতীয় ঢৌৰ সংহাৰী ৰূপ। বলীউডত কৰ’ণাৰ অবাধ বিচৰণ।

    ক’ভিড ১৯ ত আক্ৰান্ত বলীউডৰ জনপ্ৰিয় ফেশ্বন ডিজাইনাৰ মনিষ মলহোট্ৰা, অভিনেতা সুমীত ব্যাস

    ইনষ্টাগ্ৰাম যোগে দুয়োগৰাকী তাৰকাই এই কথা অনুৰাগীসকলক জনায়। সম্প্ৰতি দুয়োগৰাকীয়ে হোম কোৱাৰেণ্টাইনত আছে।

    দুয়োগৰাকীয়ে লিখা অনুসৰি শৰীৰত কৰ’ণাৰ লক্ষণ দেখা পোৱাত স্বাস্থ্য পৰীক্ষা কৰোৱাত শৰীৰত কৰ’ণাৰ অৱস্থিতি ধৰা পৰে।

    শেহতীয়াকৈ তেওঁলোকৰ সংস্পৰ্শত অহা লোকসকলক অচিৰেই ক’ভিড টেষ্ট কৰাবলৈ আহ্বান জনায় দুয়োগৰাকীয়ে।

    আৰু পঢ়ক : প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল যুৱতীয়েঃ “যিমান দিনলৈ জীয়াই আছো সিমান দিনলৈ মই ভাল পাই যাম” হাতত প্লে কাৰ্ড লৈ প্ৰেমিকাৰ ঘৰৰ সন্মুখত বহিল আন্দোলনত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং