টেট পৰীক্ষাত ফেইল কৰা পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ প্ৰলোভন দুষ্টচক্ৰৰ

0
1223
টেট পৰীক্ষাত ফেইল কৰা পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ প্ৰলোভন দুষ্টচক্ৰৰ

টেট পৰীক্ষাত ফেইল কৰা পৰীক্ষাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ প্ৰলোভন দুষ্টচক্ৰৰ

টেট পৰীক্ষাৰ্থীৰ মোবাইলত অহা এটা মেচেজে খেলিমেলি লগাইছে পৰীক্ষাৰ্থীসকলৰ মাজত৷

টেট পৰীক্ষাত ফেইল পৰিলে স্কোৰ সলনি কৰি দিব বুলি কৈ পৰীক্ষাৰ্থীৰ মোবাইলত মেচেজ দুষ্টচক্ৰৰ৷

দক্ষিণ কামৰূপৰ সোণতলীত এগৰাকী টেট পৰীক্ষাৰ্থীৰ মোবাইলত আহিছে দুটাকৈ ফোন নম্বৰৰ পৰা মেচেজ৷

কেৱল সেয়াই নহয় সামাজিক মাধ্যমত ইতিমধ্য ভাইৰেল হোৱাত বহুতৰে মোবাইলত মেচেজ আহিছে বুলি প্ৰতিক্ৰিয়া প্ৰকাশ৷

8876684431 আৰু 7026211728 নম্বৰৰ পৰা প্ৰায় সংখ্যক পৰীক্ষাৰ্থীৰ মোবাইলত আহিছে উক্ত মেচেজ৷

পৰীক্ষাত ফেইল পৰিলে পাছ কৰাই দিব বুলি মেচেজ অহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ লগতে চিন্তিত হৈ পৰিছে পৰীক্ষাৰ্থীসকল৷

বিষয়টো চৰকাৰক কঠোৰ তদন্তৰ দাবী জনাইছে টেট পৰীক্ষাৰ্থীসকলে৷

ইনপুট: ৰেজাউল কবিৰ।

আৰু পঢ়ক : বিতৰ্কিত মডেল ৰাজকন্যা বৰুৱাই গাড়ীৰে খুন্দিওৱা যোছেফ মাৰাকাৰ মৃত্যু