সুকলমে সম্পন্ন হ’ল অসম বিধানসভা নিৰ্বাচন! Evm ত বন্দী প্ৰাৰ্থীৰ ভাগ্য
অৱশেষত অন্ত পৰিল অসম বিধানসভা নিৰ্বাচন। প্ৰায় ডেৰ মাহ ধৰি ৰাজনৈতিক নেতা সকলৰ নিৰ্বাচনী প্ৰচাৰে আকাশ বতাহ গৰম কৰি পেলাইছিল।
৩ টা পৰ্যায়ত অনুষ্ঠিত হয় এই নিৰ্বাচন। প্ৰথম পৰ্যায়ত ৪৭ টা সমষ্টি, দ্বিতীয় পৰ্যায়ত ৩৯ আৰু তৃতীয় পৰ্যায়ত ৪০ টা সমষ্টিত ভোট গ্ৰহণ হয়।
বিভিন্ন ঠাইত ই ভি এমৰ বিসংগতি হয় যদিও সুকলমে সম্পন্ন হয় নিৰ্বাচন। ২ মে’ত হ’ব প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা। ২ মে’ৰ পিছত ৰাজ্যত হ’ব নতুন চৰকাৰ।
আৰু পঢ়ক : দক্ষিণ কামৰূপৰ কুকুৰমাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ অৱস্থা সংকটজনক