28 C
Guwahati
Wednesday, April 21, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সুকলমে সম্পন্ন হ’ল অসম বিধানসভা নিৰ্বাচন! Evm ত‌ বন্দী প্ৰাৰ্থীৰ ভাগ্য

    সুকলমে সম্পন্ন হ’ল অসম বিধানসভা নিৰ্বাচন! Evm ত‌ বন্দী প্ৰাৰ্থীৰ ভাগ্য

    অৱশেষত অন্ত পৰিল অসম বিধানসভা নিৰ্বাচন। প্ৰায় ডেৰ মাহ ধৰি ৰাজনৈতিক নেতা সকলৰ নিৰ্বাচনী প্ৰচাৰে আকাশ বতাহ গৰম কৰি পেলাইছিল।

    ৩ টা পৰ্যায়ত অনুষ্ঠিত হয় এই‌ নিৰ্বাচন। প্ৰথম পৰ্যায়ত ৪৭ টা সমষ্টি, দ্বিতীয় পৰ্যায়ত ৩৯ আৰু তৃতীয় পৰ্যায়ত ৪০ টা সমষ্টিত ভোট গ্ৰহণ হয়।

    বিভিন্ন ঠাইত ই ভি এমৰ বিসংগতি হয় যদিও সুকলমে সম্পন্ন হয় নিৰ্বাচন। ২ মে’ত‌ হ’ব প্ৰাৰ্থীৰ ভাগ্য পৰীক্ষা। ২ মে’ৰ পিছত ৰাজ্যত হ’ব নতুন চৰকাৰ।

    আৰু পঢ়ক : দক্ষিণ কামৰূপৰ কুকুৰমাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা, এজনৰ অৱস্থা সংকটজনক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং