28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    হৃদয় বিদাৰক! বোকাখাটত হাতীৰ গচকত মৃত্যু শিশুৰ

    বোকাখাতৰ বিহৰাৰ মিকিৰচাঙত হাতীৰ আক্ৰমনত ১০ বছৰীয়া শিশু নিহত।

    নিহত শিশুটি বিহৰাৰ মিকিৰচাং বাগিছাৰ মুণ্ডা লাইনৰ চুৰমা ৰাউটীয়াৰ পুত্ৰ দীপ ৰাউটীয়া বুলি জানিব পৰা গৈছে।

    শিশুটি বিয়লি সময়ত বাগিছাৰ সমিপবৰ্তী পাহাৰ দিশে ফুৰিবলৈ যোৱাৰ অৱস্থা এই ঘটনা সংঘটিত হয়।

    নিহত দীপৰ মৃতদেহ বোকাখাত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি আনে।

    Input:পপী শইকীয়া

    আৰু পঢ়ক : যিবোৰ দুৰ্নীতিৰ বিৰুদ্ধে চৰকাৰক অৱগত কৰিছিলো সকলো সত্য আছিল কিন্তু পূৰ্বতে বিজেপি চৰকাৰ নিমাত আছিল: কংগ্ৰেছ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং