26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    নিৰ্বাচনী হিংসা, বিজেপিৰ বাহনত এআইইউডিএফ কৰ্মীৰ লাঠিচালনা, বাহন ভঙাৰ লগতে মাৰপিটৰো অভিযোগ

    নিৰ্বাচনী হিংসা, বিজেপিৰ বাহনত এআইইউডিএফ কৰ্মীৰ লাঠিচালনা, বাহন ভঙাৰ লগতে মাৰপিটৰো অভিযোগ। ধুবুৰীত এই প্ৰথমটো নিৰ্বাচনী হিংসা সংঘটিত হৈছে।

    ধুবুৰীৰ আদবাৰীত বিজেপিৰ বাহনত আক্ৰমণ। এ আই ইউ ডি এফ প্ৰাৰ্থী নজৰুল হকৰ চকুৰ সন্মুখতে নজৰুলৰ সমর্থকে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন বিজেপি কৰ্মীৰ।

    AS 17 A 8455 নম্বৰৰ টাটা ছমু গাড়ী খনেৰে কেইজনমান সমৰ্থকে ধৰ্মশালা অঞ্চলৰ পৰা বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ চলাই আহি থকা অৱস্থাত আদাবাৰী অঞ্চলত এ আই ইউ ডি এফৰ সমৰ্থকে বাহন খন আগভেটি ধৰি আক্ৰমণ চলায় ।

    আক্ৰমণ কৰি গাড়ীৰ গ্লাছ ভঙাৰ লগতে গাড়ীত থকা বিজেপি কৰ্মীক মাৰপিত কৰাৰো অভিযোগ উত্থাপন।

    Input and Phot – AMINUR AHMED

    আৰু পঢ়ক : ৰোহিতে বিশেষ ভংগীমাৰে উত্তৰ দিলে পণ্টক, ছ’চিয়েল মিডিয়াত ভাইৰেল এই ফটো

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং