20 C
Guwahati
Tuesday, April 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পুনৰ ভূমিকম্পই জোকাৰি গ’ল উত্তৰ-পূৰ্বাঞ্চল…

    পুনৰ ভূমিকম্পই জোকাৰি গ’ল উত্তৰ-পূৰ্বাঞ্চল…

    দেশত দ্ৰুত হাৰত বৃদ্ধি পাইছে ভূমিকম্প। প্ৰতিদিনে ইখনৰ পিছত সিখন ঠাইত অনুভূত হৈছে ভূমিকম্পৰ জোকাৰণি। এইবাৰ ভূমিকম্পই জোকাৰি গ’ল উত্তৰ-পূৰ্বাঞ্চল।

    নাগালেণ্ডৰ ৰাজধানী কহিমাৰ দক্ষিণ-পশ্চিম প্ৰান্তত ৪৮ কিঃমিঃ দূৰত্বত সোমবাৰে বিয়লিৰ ভাগত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। সোমবাৰে বিয়লি ৫ বাজি ৩২ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়।

    এই ভূমিকম্পৰ ফলত হোৱা ক্ষতিৰ বিষয়ে এতিয়ালৈকে জানিব পৰা হোৱা নাই। উল্লেখ্য যে, বিগত কেইদিনত বিভিন্ন প্ৰান্তত ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছে।

    আৰু পঢ়ক : অসমীয়া গামোচাক অপমান কৰিলে নেকি ৰাহুলে? পুত্তালিকা দাহ শিলচৰত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং

    কৰ’ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা

    কৰ'ণাৰ সন্ত্ৰাস, ৯ ৰ পৰা ১৯ এপ্ৰিললৈকে সম্পূৰ্ণ লকডাউন ঘোষণা। এদিনত অভিলেখ সংখ্যক লোক কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতেই এই সিদ্ধান্ত।