24 C
Guwahati
Saturday, September 18, 2021
More

    নতুন বৰ্ষ বুলি বিশেষ উপহাৰ SBIৰ

    কেৱল কৰ্মচাৰীৰ বাবে নহয়, সমূহ গ্ৰাহকৰ বাবেই এই বিশেষ উপহাৰ

    দেশৰ সকলোতকৈ অধিক শাখা থকা ৰাষ্ট্ৰীয় বেংক এছবিআইয়ে লৈ আহিছে নৱবৰ্ষৰ উপহাৰ। এই উপহাৰ কেৱল কৰ্মচাৰীৰ বাবে নহয়, সমূহ গ্ৰাহকৰ বাবেই এই বিশেষ উপহাৰ। আপুনিও যদি এছবিআইৰ গ্ৰাহক তেন্তে বেংকত গৈ লাভ কৰিব পাৰিব এই উপহাৰ।

    এছবিআইত শাখা থকা প্ৰতিজন গ্ৰাহকৰে বাবে মুকলি কৰিছে নৱবৰ্ষ বিশেষ এই উপহাৰ। এই উপহাৰ হিচাপে ২০২০ চনৰ পৰা প্ৰতিজন গ্ৰাহকে তেওঁলোকৰ বেঞ্চমাৰ্ক বেষ্ট ৰেট কমাই দিব লাগিব। পূৰ্বৰ ৮.০৫ৰ পৰা কমি এই ৰেট এতিয়াৰ পৰা হ’ব ৭.৮০শতাংশ।

    আনহাতে ঘৰ বনোৱাৰ ক্ষেত্ৰতো গ্ৰাহকক দিছে আকৰ্ষণীয় উপহাৰ। সকলোতকৈ প্ৰয়োজনীয় হ’ম লোনৰ ক্ষেত্ৰত দিছে অধিক ৰেহাই। নৱবৰ্ষ বুলি হ’ম লোন ইএমআই কেৱল মাত্ৰ ৭.৯০ শতাংশ। যি পূৰ্বতে আছিল ৮.১৫ শতাংশ।

    Photo Credit: livemint.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং