কৰ’ণাত আক্ৰান্তৰ সন্দেহত GMCHত ভৰ্তি জাগীৰোডৰ যুৱক

ছুদিন পূৰ্বে ৰে’ল যোগে কেৰালাৰ পৰা গুৱাহাটীলৈ আহিছিল যুৱকজন

0
77

জাগীৰোডৰ আমচৈত কৰ’ণা ভাইৰাছক লৈ আতংক। কেৰালাত কৰ্মৰত যুৱকৰ শৰীৰত এই ভাইৰাছ থকাৰ সন্দেহে। কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱা সন্দেহত কেৰালাৰ পৰা গুৱাহাটীলৈ অহা যুৱকক GMCHত ভৰ্তি।

বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত স্বাস্থ্য পৰীক্ষা চলি আছে যুৱকজনৰ। কিছুদিন পূৰ্বে ৰে’ল যোগে কেৰালাৰ পৰা গুৱাহাটীলৈ আহিছিল যুৱকজন।

বৰ্তমানে ৰাজ্যত জাৰি কৰা হৈছে হেল্থ এলাৰ্ট। ৰাজ্য চৰকাৰে ৰাজ্যৰ বাহিৰলৈ যোৱাত বাধা আৰূপ কৰিছে সকলোকে।

Photo Credit: firstpost