ৰাষ্ট্ৰীয় ঘাইপথত সুৰাপায়ীৰ তাণ্ডৱ, মহতিয়াই নিলে কেইবাজনকো, দুজনৰ ঠাইতে মৃত্যু

0
43
টাটা নেনোৰ সৈতে মুখামুখি সংঘৰ্ষত মৃত্যু বাইক চালক কুশল কলিতাৰ, চাৰিগৰাকী ছাত্ৰ-ছাত্ৰী আঘাতপ্ৰাপ্ত
প্ৰতিনিধিত্বমূলক চিত্ৰ

ৰাষ্ট্ৰীয় ঘাইপথত সুৰাপায়ীৰ তাণ্ডৱ, মহতিয়াই নিলে কেইবাজনকো, দুজনৰ ঠাইতে মৃত্যু। তৰোপৰি এই দুৰ্ঘটনাৰ ফলত আহত হয় অন্য কেইবাগৰাকী লোক।

মৰিগাঁৱত সুৰাপাই চালকে মহতিয়ালে কেইবাজনকো ।মৃত্যু দুজনৰ। আজি দেওবাৰে সংঘতিত হয় এই ঘটনা।

মৰিগাঁওৰ পৰা গুৱাহাটীৰ অভিমুখে গৈ থকা এখন তীব্রবেগী বাহনৰ খুন্দাত নিহত হয় মৰিগাঁৱৰ ঔজাৰীৰ দুজনকৈ লোক।

AS 01 BF 3817 নম্বৰৰ বাহন এখনে কেইবা ঠাইটো পথচাৰীক খুন্দিয়াই আহি মৰিগাঁৱৰ ঔজাৰী পুহেশ্বৰ বৰদলৈ আৰু অমৃত বৰদলৈক মহতীয়াই নিয়ে।

দুয়োজনকে চিকিৎসালয় লৈ নিয়ে যদিও মাজবাটতেই মৃত্যু হয় দুয়োজন লোকৰ। গবাহন খনত উদ্ধাৰ সুৰাৰ বটল।

Input and photo- Kishore Dekaraja