ভঙা আইনাত মুখ চোৱা বা ভঙা ম’বাইল আপুনিও ব্যৱহাৰ কৰে নেকি! বাস্তুৰ মতে কিয় ব্যৱহাৰ নাপায় কাৰণ যদি জানে আচৰিত হ’ব…

0
106

ভঙা আইনাত মুখ আপোনিও চাই নেকি! বাস্তুৰ মতে কিয় চাব নাপায় কাৰণ যদি জানে আচৰিত হ’ব আপুনি…

আইনা বহু লোকৰ বাবে এটা অতি চখৰ বস্তু। বহুসময়ত যেতিয়া আইনাখন ভাঙি যায় বা যদি আইনাখনত অলপ ফাট ধৰে, বহুলোকে ইয়াক পেলাই নিদিয়ে আৰু সেইখনকে ব্যবহাৰ কৰি থাকে।

কিন্তু আপুনি জানেনে যে ভঙা আইনা চোৱাটো কিমান অশুভ হ’ব পাৰে!প্ৰথমেই ভঙা আইনাত মুখ কেতিয়াও নাচাব। ইয়াৰ ফলত জীৱনৰ যথেষ্ট ক্ষতি হয়। অশুভ শক্তিয়ে জীৱনক প্ৰভাৱিত কৰে আৰু আগুৰি ধৰে।ঘৰত ভঙা আইনা নাৰাখিব।

কাৰণ ই পৰিয়ালৰ উপাৰ্জন হ্ৰাস কৰে।আইনাখন ভাঙিলে বা হঠাতে হাতৰ পৰা সৰি পৰি ভাঙি গ’লে প্ৰিয়জনৰ মৃত্যুৰ খবৰো পাব পাৰে। এনে জনবিশ্বাস আছে। ভঙা আইনাত মুখ চোৱাটো দূৰৰেই কথা ভঙা আইনা ঘৰৰ কোনো ঠাইতে নাৰাখিবও।

আইনা ভঙাৰ লে লগে পেলাই দিয়ক। অন্যথা, জীৱনত এটা অতি বেয়া সময় আৰম্ভ হ’ব। ম’বাইলৰ ভঙা গ্লাছ ব্যৱহাৰ কৰাও একেই হয় বুলি মানি লোৱা হয়।