21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বাৰে বাৰে গাখীৰ উতলাই খাই নেকি? তেন্তে সাৱধান হওক

    বাৰে বাৰে গাখীৰ উতলাই খাই নেকি? তেন্তে সাৱধান হওক :-

    গাখীৰ স্বাস্থ্যৰ বাবে উপকাৰী। আমাক সৰুৰ পৰা এগিলাচ গাখীৰ খাবলৈ বহুত জোৰ কৰা পৰিলক্ষিত হয়।

    সাধাৰণতে কেঁচা গাখীৰ খোৱা নহয়। গাখীৰ পাৰ্যমানে উতলালে খাবলৈ সোৱাদ হয় বুলি কয়।

    কিন্তু গাখীৰ স্বাস্থ্যৰ বাবে অপকাৰীও হ’ব পাৰে। অত্যাধিক মাত্ৰাত গাখীৰ উতলোৱাৰ ফলত হ’ব পাৰে ভয়ানক সমস্যা।

    -অত্যাধিক গাখীৰ উতলালে গাখীৰৰ পোষক তত্ব নোহোৱা হৈ যায়।
    -বাৰে বাৰে গাখীৰ উতলালে গাখীৰত থকা পুষ্টিকৰ গুণ নোহোৱা হৈ যায়।
    -অত্যাধিক উতলোৱা গাখীৰ লগে লগে ফ্ৰিজত সোমোৱাই নিদিব।

    আৰু পঢ়ক : ‘সাহস আছে যদি গুজৰাটৰ পৰা নিৰ্বাচন খেলক ‘, ৰাহুল গান্ধীক প্ৰত্যাহ্বান স্মৃতি ইৰাণীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং