অনুশাসন ভংগ কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিক অব্যাহতি

0
1104
অনুশাসন ভংগ কৰাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিক অব্যাহতি

উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ সভাপতি দ্বীপজ্যোতি বৰ্মনক আছুৰ পৰা বাধ্যতামূলক সভাপতিক অব্যাহতি। সদৌ অসম ছাত্ৰ সন্থাৰ অনুশাসন ভংগ কৰাৰ বাবে দ্বীপজ্যোতি বৰ্মনক সাধাৰন সদস্য পদৰ পৰা অব্যাহতি দিয়ে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাই ।

শনিবাৰে সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ জৰুৰীকালীন কাৰ্য্যনিৰ্বাহক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰে।

সম্প্ৰতি উত্তৰ গুৱাহাটী ছাত্ৰ সন্থাৰ কাম-কাজ চলাই নিবলৈ উপ-সভাপতি জিষ্ণু নাথক ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব প্ৰদান কৰা হয় ।

আৰু পঢ়ক : ক’লা পতাকাই লগ নেৰা হৈছে বিজেপিৰ মন্ত্ৰী- বিধায়ককঃ এইবাৰ ৰঞ্জিত দাসক ক’লা পতাকা প্ৰদৰ্শন