21 C
Guwahati
Sunday, April 11, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    সামাজিক মাধ্যমত ট্ৰেণ্ডিঙত দীপিকাৰ এখন ক’লা মাস্ক, কিন্তু কিয়……

    সামাজিক মাধ্যমত প্ৰায়েই চৰ্চাত থাকে বলীউডৰ মোহময়ী অভিনেত্ৰী দীপিকা পাডুকণ।কেতিয়াবা ফেশ্যন, কেতিয়াবা ৰেড কাৰ্পেট লুক অথবা মূল্যবান বেগ , স্বামী ৰনবীৰ কাপুৰৰ লগত পোষ্টে সকলো অনুৰাগীৰে দৃষ্টি আকৰ্ষণ কৰি আহিছে।

    পিছে এইবাৰ অভিনেত্ৰীগৰাকীয়ে সততে ব্যৱহাৰ কৰা ক’লা মাস্কৰ কাৰণে ব্যাপক চৰ্চাত অভিনেত্ৰীগৰাকী। কিয়নো এই মাস্কখন সাধাৰণ মাস্কৰ দৰে নহয এই মাস্কখনৰ মূল্য ২৫, ০০০ টকা।

    দীপিকাৰৰ ফেশ্যন অন্য তাৰকাসকলতকৈ কিছু পৃথক বুলি পৰিগণিত হৈ আহিছে।

    আৰু পঢ়ক :  ভয়ংকৰ পথ দুৰ্ঘটনা, ট্ৰাক আৰু বাছৰ খুন্দাত ১৪ জন লোকৰ মৃত্যু, ৩ জন আহত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং