27 C
Guwahati
Saturday, August 20, 2022
More

    য’তে ত’তে ড্ৰাগ্ছ জব্দ, ডিব্ৰুগড়ত আৰক্ষীয়ে জব্দ কৰিলে হেৰ’ইন

    ড্ৰাগছ বিৰোধী অভিযান চলাই বৃহৎ সফলতা লাভ কৰিলে ডিৱ্ৰুগড় আৰক্ষীয়ে।

    ডিব্ৰুগড়ৰ কালিবাৰীত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে ১ কেজি ১৪০ গ্ৰাম হেৰ’ইনসহ ১৯ লাখ ৫৫ হাজাৰ ৯৪৫ টকা। ৰাজা আলী নামৰ এজন ড্ৰাগছ ব্যৱসায়ীৰ পৰা আৰক্ষীয়ে জব্দ কৰে ড্ৰাগ্ছসহ ধন।

    অৱশ্যে ড্ৰাগ্ছ ব্যৱসায়ীজনে সুযোগ বুজি পলায়ন কৰিবলৈ সক্ষম হয় যদিও ড্ৰাগ্ছ ব্যৱসায়ীজনৰ পত্নীক আটক কৰে আৰক্ষীয়ে। বিল্ডিঙৰ পৰা জঁপিয়াই আৰক্ষীৰ পৰা পলাই হাত সাৰে ব্যৱসায়ীজনে।

    Dibrugarh | Edited by: Dulu Medhi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং