29 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    স্বামীয়ে পত্নীক হত্যা কৰি ওলোমাই ৰাখিলে চোতালতঃ মাতৃক বিচাৰি হিয়া ঢাকুৰি কান্দিছে ফুলকুমলীয়া দুই সন্তানে

    ধুবুৰীৰ বালাজানত নৃশংস হত্যাকাণ্ড। স্বামীয়ে স্ত্রীক হত্যা কৰি ৰচিৰে ওলোমাই ৰাখিলে ঘৰৰ চোতালত।মাতৃক বিচাৰি কান্দোন ফুলকুমলীয়া দুই সন্তানৰ।

    সোমবাৰে নুৰজামাল শিকাৰীয়ে নিশা মাৰপিট কৰিছিল স্ত্রী আনোৱাৰা বিবিক। তীৰ, জুৱা, মদ, নিচাজাতীয় অবৈধ কামত লিপ্ত আছিল হত্যাকাৰী স্বামী।

    ৮ বছৰ পূৰ্বে বিবাহ পাশত আৱদ্ধ হৈছিল দুয়ো। মহিলা গৰাকীৰ দুটাকৈ ফুলকুমলীয়া শিশু আছে।

    বালাজান আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে হত্যাকাৰী স্বামীক। সম্প্রতি বালাজান আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে।

    আৰু পঢ়ক : নিজৰ ইচ্ছামতে বন্ধ কৰিব পৰা এখন ব্যতিক্ৰমী বিদ্যালয়ঃ বিদ্যলয়ত মাহেকত এদিন উপস্থিত হয় এইগৰাকী শিক্ষক

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং