26 C
Guwahati
Thursday, May 26, 2022
More

    ১৮ বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলালে দক্ষিণৰ ছুপাৰষ্টাৰ ধনুষে, ঘোষণা কৰিলে বিচ্ছেদৰ খবৰ

    ১৮ বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলালে দক্ষিণৰ ছুপাৰষ্টাৰ ধনুষে, ঘোষণা কৰিলে বিচ্ছেদৰ খবৰ

    দক্ষিণ ভাৰতীয় ছবিজগতৰ ছুপাৰষ্টাৰ ধনুষৰ বিবাহ বিচ্ছেদ। ১৮ বছৰীয়া বৈবাহিক জীৱনৰ অন্ত পেলাই এই বিষয়ে সদৰি কৰে অভিনেতা গৰাকীয়ে নিজেই।

    পত্নী ঐশ্বৰ্য্যৰ সৈতে প্ৰেম বিবাহ হৈছিল ধনুষৰ। ঐশ্বৰ্য্য দক্ষিণৰ ১ নম্বৰ আসনৰ অভিনেতা মহা ছুপাৰষ্টাৰ ৰজনীকান্তৰ জ্যেষ্ঠ কন্যা। বয়সতো ঐশ্বৰ্য্য ধনুষতকৈ ২ বছৰে ডাঙৰ।

    ২০০৪ চনত প্ৰেম বিবাহ হৈছিল ঐশ্বৰ্য্য আৰু ধনুষৰ। বিয়াৰ দুটা বছৰৰ পাছত প্ৰথমটো সন্তান ‘যাত্ৰা’ আৰু ২০১০ চনত দ্বিতীয়টো সন্তান ‘লিংগা’ আহে দুয়োৰে জীৱনলৈ।

    আৰু পঢ়ক : ‘মূলা গাভৰুৰ দেশৰ নাৰী আমাৰ ভয়-ভীত নাইকিয়া’- সাহসী নাৰীৰ ভিডিঅ ভাইৰেল…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং