ধৈৰ্য কোঁৱৰ আৰু বিতুপন সোণোৱালক ১৪ দিনৰ ন্যায়িক জিম্মালৈ

আজি NIA আদালত হাজিৰ কৰোৱা হৈছিল দুয়োকে

0
59

ধৈৰ্য কোঁৱৰ আৰু বিতুপন সোণোৱালক ন্যায়িক জিম্মালৈ। দুয়োগৰাকী নেতাক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। আন্দোলন কেতিয়াও স্তব্ধ নহয়, এই আন্দোলন চলি থাকিব জেললৈ যোৱাৰ পূৰ্বে কা বিৰোধী মন্তব্য কৰে ধৈৰ্য কোঁৱৰে।

আজি NIA আদালত হাজিৰ কৰোৱা হৈছিল দুয়োকে। নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অব্যাহত থকা প্ৰতিবাদৰ মাজতে গ্ৰেপ্তাৰ কৰা হৈছিল ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালক।